नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥
२-२४ ॥
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||
2-24 ||
ইয়াক শস্ত্ৰই কাটিব নোৱাৰে, অগ্নিয়ে দহন কৰিব নোৱাৰে, জলেও তিতাব নোৱাৰে, বতাহেও শুকুৱাব নোৱাৰে।