Bhagavad Gītā (Kashmirian recension)· 2.25 / 74

Bhagavad Gītā (Kashmirian recension)2.25

2.25
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२५ ॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca | nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ || 2-25 ||
— ই অচ্ছেদ্য, ই অদাহ্য ; — অক্লেদ্য আৰু অশোষ্যও ; — নিত্য, সৰ্বগত, স্থাণু (স্থিৰ) ; — অচল, ই সনাতন

এই (আত্মা) অচ্ছেদ্য, অদাহ্য, অক্লেদ্য আৰু অশোষ্য; নিত্য, সৰ্বগত, স্থাণু (স্থিৰ), অচল আৰু সনাতন।