Bhagavad Gītā (Kashmirian recension)· 16.15 / 24

Bhagavad Gītā (Kashmirian recension)16.15

16.15
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥ १६-१५ ॥
āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā | yakṣye dāsyāmi modiṣye ityajñānavimohitāḥ || 16-15 ||
— মই ধনী আৰু অভিজাত বংশৰ ; — মোৰ সমান আন কোন আছে ; — মই যজ্ঞ কৰিম, দান দিম, আনন্দ কৰিম ; — এনেদৰে অজ্ঞানে বিমোহিত হৈ

মই ধনী আৰু অভিজাত বংশৰ; মোৰ সমান আন কোন আছে? মই যজ্ঞ কৰিম, দান দিম, আনন্দ কৰিম’ — এনেদৰে অজ্ঞানে বিমোহিত হৈ,