Bhagavad Gītā (Kashmirian recension)16.14
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥
१६-१४ ॥
asau mayā hataḥ śatrurhaniṣye cāparānapi |
īśvaro'hamahaṃ bhogī siddho'haṃ balavān sukhī ||
16-14 ||
— সেই শত্ৰুক মই বধ কৰিলোঁ ; — আনবোৰকো বধ কৰিম ; — মই ঈশ্বৰ, মই ভোগী ; — মই সিদ্ধ, বলৱান, সুখী সেই শত্ৰুক মই বধ কৰিলোঁ, আনবোৰকো বধ কৰিম; মই ঈশ্বৰ, মই ভোগী, মই সিদ্ধ, বলৱান আৰু সুখী;