Bhagavad Gītā (Kashmirian recension)16.13
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥
१६-१३ ॥
idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviṣyati punardhanam ||
16-13 ||
— ‘আজি মই এইটো পালোঁ ; — এই মনৰথ পূৰ কৰিম ; — এইটো মোৰ আছে, এইটোও মোৰ ; — পুনৰ এই ধনো মোৰ হ’ব ‘আজি মই এইটো পালোঁ; এই মনৰথ পূৰ কৰিম; এইটো মোৰ আছে, এইটোও মোৰ হ’ব; পুনৰ এই ধনো মোৰ হ’ব;