अधश्चोर्ध्वं प्रसृता यस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥
१५-२ ॥
adhaścordhvaṃ prasṛtā yasya śākhā guṇapravṛddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||
15-2 ||
গুণৰ দ্বাৰা বৰ্ধিত আৰু বিষয়ৰূপ কুঁহিপাত থকা ইয়াৰ ডালবোৰ তল-ওপৰলৈ বিয়পি গৈছে; আৰু তলত মনুষ্যলোকত কৰ্মৰ বন্ধন ঘটোৱা ইয়াৰ মূলবোৰ বিস্তৃত হৈ আছে।