सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥
१४-४ ॥
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||
14-4 ||
হে কৌন্তেয়, সকলো যোনিত যি মূৰ্তি (ৰূপ) উৎপন্ন হয়, সেইবোৰৰ মহৎ ব্ৰহ্ম যোনি, আৰু মই বীজপ্ৰদ পিতা।