मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥
१२-२ ॥
mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāste me yuktatamā matāḥ ||
12-2 ||
যিসকলে মোত মন স্থাপন কৰি, নিত্যযুক্ত হৈ, পৰম শ্ৰদ্ধাযুক্ত হৈ মোক উপাসনা কৰে, তেওঁলোককে মই সৰ্বশ্ৰেষ্ঠ যুক্ত বুলি মানোঁ।