अमी सर्वे धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥
११-२६ ॥
amī sarve dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||
11-26 ||
এই সকলো ধৃতৰাষ্ট্ৰৰ পুত্ৰ, ৰজাসকলৰ সংঘৰ সৈতে, ভীষ্ম, দ্ৰোণ আৰু সেই সূতপুত্ৰ (কৰ্ণ), আমাৰ পক্ষৰ প্ৰধান যোদ্ধাসকলৰ সৈতেও —