किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः ।
पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः ।
तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥२५॥
kiṃ kurvanti grahā ruṣṭā vetālāśceṭakādayaḥ |
piśācā guhyakā bhūtā ḍākinyo mātṛkādayaḥ |
tasya darśanamātreṇa palāyante parāṅmukhāḥ ||25||
কুপিত গ্ৰহ, বেতাল, চেটক আদি, পিশাচ, গুহ্যক, ভূত, ডাকিনী, মাতৃকা আদিয়ে তেওঁৰ কি কৰিব পাৰিব? তেওঁক দেখা মাত্ৰকেই সিহঁত মুখ ঘূৰাই পলাই যায়।