मन्त्रग्रहणमात्रेण देही ब्रह्ममयो भवेत् ।
ब्रह्मभूतस्य देवेशि किमवाप्यं जगत्त्रये ॥२४॥
mantragrahaṇamātreṇa dehī brahmamayo bhavet |
brahmabhūtasya deveśi kimavāpyaṃ jagattraye ||24||
মন্ত্ৰ গ্ৰহণ মাত্ৰকেই দেহী ব্ৰহ্মময় হৈ পৰে; ব্ৰহ্ম হোৱা জনৰ বাবে, হে দেৱেশী, ত্ৰিভুৱনত আৰু কি লাভ কৰিবলগীয়া থাকে?