तद् एतद् वर्णचतुष्टयम् उभयच्छायाधारित्वात् नपुंसकम् ऋ ॠ ऌ ॡ इति
Transliteration (IAST)
tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ḷ ḹ iti
এই বৰ্ণ-চতুষ্টয় (ঋ ৠ ঌ ৡ) উভয়ৰ (প্ৰকাশ আৰু বিশ্ৰান্তিৰ) ছাঁ ধাৰণ কৰাৰ বাবে নপুংসক (বন্ধ্যা)।