The Vision of Śiva· 4.51 / 124

The Vision of Śiva4.51

4.51
इतोऽपि विद्धि सत्कार्यं मृत्पिण्डात्किं घटः पृथक् ॥५१॥
ito'pi viddhi satkāryaṃ mṛtpiṇḍātkiṃ ghaṭaḥ pṛthak
— এই বিচাৰৰ পৰাও ; — জানা! ; — সৎকাৰ্য (মত) ; — মৃৎপিণ্ডৰ পৰা ; — নে? ; — ঘট ; — পৃথক

এই বিচাৰৰ পৰাও সৎকাৰ্য জানা: ঘট মৃৎপিণ্ডৰ পৰা পৃথক নে (নহয়)?