The Vision of Śiva· 4.13 / 124

The Vision of Śiva4.13

4.13
विकल्पादेः समुत्पत्तिः सत एव प्रजायते ॥१३॥
vikalpādeḥ samutpattiḥ sata eva prajāyate
— বিকল্প আদিৰ ; — উৎপত্তি ; — সৎৰ পৰাহে ; — হয়

বিকল্প আদিৰ উৎপত্তি সৎৰ পৰাহে হয় (— কিয়নো অসতে একো উৎপন্ন কৰিব নোৱাৰে)।