तस्यापि किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥१२॥
tasyāpi kiṃ śivāvāptiḥ kathamuktā hyasatyatā
সেই (ব্যৱহাৰ)ও জানো শিৱত্ব লাভ কৰে? আৰু (যদি সেয়াও শিৱ) তেন্তে ইয়াৰ 'অসত্যতা' কেনেকৈ কোৱা হ’ব?