शैवे वाच इन्द्रियत्वमथ नादादिनोदिता ।
तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥१०॥
śaive vāca indriyatvamatha nādādinoditā |
tadabhyāse phalāvāptiḥ sūkṣmamantrasvarūpatā
শৈৱ (শাস্ত্ৰ)ত বাক্ৰ ইন্দ্ৰিয়ত্ব, আৰু নাদ আদিৰে উদিত (বাক্); তাৰ অভ্যাসত ফল-প্ৰাপ্তি আৰু তাৰ সূক্ষ্ম-মন্ত্ৰ-স্বৰূপতা —