The Vision of Śiva· 1.45 / 49

The Vision of Śiva1.45

1.45
दृश्यन्तेऽत्र तदिच्छातो भावा भीत्यादियोगतः ॥४५॥
dṛśyante'tra tadicchāto bhāvā bhītyādiyogataḥ
— দৃষ্ট হয়, দেখা যায় ; — ইয়াত ; — তেওঁৰ ইচ্ছাৰ পৰা ; — ভাৱবোৰ, বিদ্যমান বস্তুবোৰ ; — ভয় আদিৰ যোগেৰে

ইয়াত তেওঁৰ ইচ্ছাৰ পৰা ভয় আদিৰ যোগেৰে ভাৱবোৰ (ভূতবোৰ) দৃষ্ট হয়।