1.46 एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥४६॥ evaṃ sarveṣu bhāveṣu yathā sā śivarūpatā evam — এনেদৰে ; sarveṣu — সকলো ; bhāveṣu — ভাৱত, বিদ্যমান বস্তুত ; yathā — যেনেকৈ, যিদৰে ; sā — সেই ; śivarūpatā — শিৱৰূপতা, শিৱৰ স্বৰূপ হোৱা এনেদৰে সকলো ভাৱত যেনেকৈ সেই শিৱৰূপতা (আছে) —