ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्त ॥
९-२२ ॥
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhanta ||
9-22 ||
সেই বিশাল স্বৰ্গলোক ভোগ কৰি, পুণ্য ক্ষীণ হ’লে তেওঁলোকে মৰ্ত্যলোকত প্ৰৱেশ কৰে; এইদৰে তিনি বেদৰ ধৰ্ম অনুসৰি কামনা কৰি তেওঁলোকে কেৱল আহ-যোৱা (গতি-আগতি)হে পায়।