मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥
९-११ ॥
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagad viparivartate ||
9-11 ||
মোৰ অধ্যক্ষতাত প্ৰকৃতিয়ে চৰাচৰ (স্থাৱৰ-জংগম) উৎপন্ন কৰে; হে কৌন্তেয়, সেই কাৰণেই জগত ঘূৰি থাকে।