यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
७-२१ ॥
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||
7-21 ||
যি যি ভক্তই যি যি (দেৱতাৰ) মূৰ্তি শ্ৰদ্ধাৰে পূজা কৰিব বিচাৰে, মই তেওঁৰ সেই শ্ৰদ্ধাক অচল কৰি দিওঁ।