यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥
४-३१ ॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama ||
4-31 ||
যজ্ঞৰ অৱশিষ্ট অমৃত ভোজন কৰা সকলে সনাতন ব্ৰহ্ম প্ৰাপ্ত হয়; হে কুৰুশ্ৰেষ্ঠ, যজ্ঞহীনৰ বাবে এই লোকো নাই, পৰলোক ক’ত?