यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥
४-१९ ॥
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||
4-19 ||
যাৰ সকলো উদ্যোগ কাম-সংকল্পবিৱৰ্জিত, যাৰ কৰ্ম জ্ঞানৰ অগ্নিত দগ্ধ — তেওঁক জ্ঞানীসকলে পণ্ডিত বোলে।