प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
३-२७ ॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate ||
3-27 ||
কৰ্মত আসক্ত অজ্ঞ লোকৰ বুদ্ধিভেদ (চিত্ত-বিভ্ৰান্তি) জ্ঞানীয়ে নকৰক; বৰং যুক্ত হৈ নিজে কৰ্ম কৰি তেওঁলোকক সকলো কৰ্মত প্ৰৱৃত্ত কৰাওক।