न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं प्रवर्तेऽथ च कर्मणि ॥
३-२१ ॥
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |
nānavāptamavāptavyaṃ pravarte'tha ca karmaṇi ||
3-21 ||
শ্ৰেষ্ঠ ব্যক্তিয়ে যি যি আচৰণ কৰে, ইতৰ লোকেও সেই সেইটোৱেই কৰে; তেওঁ যি প্ৰমাণ (আদৰ্শ) স্থাপন কৰে, জগতে তাকেই অনুসৰণ কৰে।