यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तेरन्मनुष्याः पार्थ सर्वशः ॥
३-२२ ॥
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvarteranmanuṣyāḥ pārtha sarvaśaḥ ||
3-22 ||
হে পাৰ্থ, তিনি লোকত মোৰ একো কৰিবলগীয়া নাই, একো অপ্ৰাপ্ত নাই যিটো মই প্ৰাপ্ত কৰিবলগীয়া — তথাপি মই কৰ্মত প্ৰৱৃত্ত।