सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
२-३९ ॥
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||
2-39 ||
সুখ-দুখ, লাভ-অলাভ, জয়-পৰাজয় সমান গণ্য কৰি তাৰ পাছত যুদ্ধত নিযুক্ত হোৱা; এইদৰে তুমি পাপ লাভ নকৰিবা।