अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥
१६-१८ ॥
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ||
16-18 ||
অহংকাৰ, বল, দৰ্প, কাম আৰু ক্ৰোধৰ আশ্ৰয় লৈ, নিজ আৰু আনৰ দেহত থকা মোক হিংসা কৰি, সেই অসূয়াপৰায়ণ লোকে —