Bhagavad Gītā (Kashmirian recension)· 11.58 / 60

Bhagavad Gītā (Kashmirian recension)11.58

11.58
नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५८ ॥
nāhaṃ vedairna tapasā na dānena na cejyayā | śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā || 11-58 ||
— বেদৰ দ্বাৰা নহয়, তপস্যাৰে নহয়, দানেৰে নহয় ; — নাইবা যজ্ঞৰেও নহয় ; — এনে ৰূপত দৃশ্য হ’ব নোৱাৰি ; — যেনেকৈ তুমি মোক দেখিলা

যেনে ৰূপত তুমি মোক দেখিলা, তেনে ৰূপত মই বেদৰ দ্বাৰা, তপস্যাৰে, দানেৰে বা যজ্ঞৰেও দৃশ্য নহওঁ।