सर्वमेतदृतं मन्ये यन्मे वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा महषयः ॥
१०-१४ ॥
sarvametadṛtaṃ manye yanme vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā mahaṣayaḥ ||
10-14 ||
হে কেশৱ, আপুনি মোক যি কয়, সেই সকলো মই সত্য বুলি মানোঁ; কাৰণ হে ভগৱান, আপোনাৰ প্ৰকটন (ব্যক্তি) দেৱতা বা মহৰ্ষিসকলেও নাজানে।