किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥
१-३३ ॥
kiṃ no rājyena govinda ! kiṃ bhogairjīvitena vā |
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ||
1-33 ||
হে গোবিন্দ, আমাৰ ৰাজ্যত কি লাভ, ভোগত বা জীৱনতে বা কি লাভ — যিসকলৰ কাৰণে আমি ৰাজ্য, ভোগ আৰু সুখ বিচাৰিছিলোঁ,