स मया क्रियते यागः शिवत्वाद्याग उत्तमः ।
शिवं यामि शिवो यामि शिवेन शिवसाधनः ॥९८॥
sa mayā kriyate yāgaḥ śivatvādyāga uttamaḥ |
śivaṃ yāmi śivo yāmi śivena śivasādhanaḥ
সেই যাগ মোৰ দ্বাৰা কৃত, আৰু শিৱ হোৱা বাবে সি পৰম যাগ। ‘মই শিৱলৈ যাওঁ, শিৱৰূপে যাওঁ, শিৱৰ দ্বাৰা (আৰু) শিৱকেই সাধনৰূপে লৈ’।