यावन्न सर्वभावानामेकत्वेन व्यवस्थितिः ।
परेण क्षणभंगस्य परामर्शागमः कुतः ॥९५॥
yāvanna sarvabhāvānāmekatvena vyavasthitiḥ |
pareṇa kṣaṇabhaṃgasya parāmarśāgamaḥ kutaḥ
যেতিয়ালৈ সকল ভাৱৰ ঐক্যৰ দ্বাৰা স্থিতি (প্ৰতিষ্ঠা) নহয়, তেতিয়ালৈ প্ৰতিপক্ষই ক্ষণভঙ্গৰ পৰামৰ্শ (চিন্তন) ক’ৰ পৰা পাব (— এনে চিন্তনেই এক স্থায়ী চেতনা মানি লয়)?