न पृथिव्यादिके तस्मिन् कल्पना संप्रवर्तते ॥८२॥
na pṛthivyādike tasmin kalpanā saṃpravartate
(গতিকে) পৃথিৱী আদিৰূপে (প্ৰকাশিত) সেই (শিৱ)ৰ ক্ষেত্ৰত কোনো (মিছা) কল্পনা প্ৰৱৃত্ত নহয়।