3.6 मुञ्चतोऽपि निजां शक्तिं स्वातन्त्र्ये ज्ञानमापतेत् ॥६॥ muñcato'pi nijāṃ śaktiṃ svātantrye jñānamāpatet muñcataḥ api — ত্যাগ কৰা জনৰো ; nijām — নিজৰ ; śaktim — শক্তি ; svātantrye — স্বাতন্ত্ৰ্যত ; jñānam — জ্ঞান ; āpatet — আহি পৰিব নিজৰ শক্তি ত্যাগ কৰা জনৰো স্বাতন্ত্ৰ্যত জ্ঞান আহি পৰিব।