पिण्डे वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥१८॥
piṇḍe vā kaṭikāyāṃ vā kiṃ suvarṇatvamiṣyate
পিণ্ডত হওক বা কড়িকা (ৰাং)ত হওক — সোণৰ স্বৰ্ণত্ব (সোণ-স্বভাৱ) স্বীকৃত নহয় জানো?