नैतन्न वाचः कथितं पतिशब्दस्य वर्णितम् ॥१२॥
naitanna vācaḥ kathitaṃ patiśabdasya varṇitam
এয়া (তেনে) নহয়; বাক্ক (পৰম বুলি) কোৱা হোৱা নাই; 'পতি' (প্ৰভু) শব্দৰ বিষয়েহে বৰ্ণিত হৈছে।