किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥
८-१ ॥
kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||
8-1 ||
সেই ব্ৰহ্ম কি, অধ্যাত্ম কি, কৰ্ম কি, হে পুৰুষোত্তম? আৰু অধিভূত কাক বোলে, অধিদৈৱ কাক বোলে?