Bhagavad Gītā (Kashmirian recension)· 6.34 / 49

Bhagavad Gītā (Kashmirian recension)6.34

6.34
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ! एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ ६-३४ ॥
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana ! etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām || 6-34 ||
— তুমি যি যোগ ক’লা ; — সাম্যৰূপে, হে মধুসূদন ; — ইয়াৰ মই দেখা নাপাওঁ ; — স্থিৰ স্থিতি, চঞ্চলতাৰ কাৰণে

হে মধুসূদন, তুমি যি যোগ সাম্যৰূপে ক’লা, মনৰ চঞ্চলতাৰ কাৰণে মই ইয়াৰ স্থিৰ স্থিতি দেখা নাপাওঁ।