नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्श्वसन्स्वपन् ॥
५-८ ॥
naiva kiñcitkaromīti yukto manyeta tattvavit |
paśyañśṛṇvanspṛśañjighrannaśnangacchanśvasansvapan ||
5-8 ||
যুক্ত তত্ত্বজ্ঞাতাই দেখি, শুনি, স্পৰ্শ কৰি, ঘ্ৰাণ লৈ, ভোজন কৰি, খোজ কাঢ়ি, নিশ্বাস লৈ, টোপনি গৈ ভাবিব — “মই একো নকৰোঁ”;