इष्टान्कामान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
३-१२ ॥
iṣṭānkāmānhi vo devā dāsyante yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||
3-12 ||
কাৰণ যজ্ঞৰ দ্বাৰা পোষিত দেৱতাসকলে তোমালোকক ইষ্ট ভোগসমূহ দিব; তেওঁলোকে দিয়া (বস্তু) তেওঁলোকক প্ৰত্যৰ্পণ নকৰি যিয়ে ভোগ কৰে, সি চোৰ মাত্ৰ।