अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्रश्च कर्ता तामस उच्यते ॥
१८-२८ ॥
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ |
viṣādī dīrghasūtraśca kartā tāmasa ucyate ||
18-28 ||
অযুক্ত, প্ৰাকৃত, স্তব্ধ, শঠ, নৈষ্কৃতিক (পৰক ঠগোৱা), অলস, বিষাদী আৰু দীৰ্ঘসূত্ৰী — এনে কৰ্তাক তামসিক বুলি কোৱা হয়।