सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
१८-२० ॥
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||
18-20 ||
যি জ্ঞানৰ দ্বাৰা সকলো ভূতত বিভক্তৰ মাজত অবিভক্ত এক অব্যয় ভাৱ দেখা যায় — সেই জ্ঞানক সাত্ত্বিক বুলি জানিবা।