Bhagavad Gītā (Kashmirian recension)17.26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ गीयते ॥
१७-२६ ॥
sadbhāve sādhubhāve ca sadityetatprayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha gīyate ||
17-26 ||
— সত্য আৰু সাধুতাৰ অৰ্থত ; — ‘সৎ’ শব্দটো প্ৰয়োগ কৰা হয় ; — তেনেদৰে প্ৰশস্ত কৰ্মতো ; — ‘সৎ’ শব্দ ব্যৱহাৰ কৰা হয়, হে পাৰ্থ সত্য আৰু সাধুতাৰ অৰ্থত ‘সৎ’ শব্দটো প্ৰয়োগ কৰা হয়; হে পাৰ্থ, তেনেদৰে প্ৰশস্ত কৰ্মতো ‘সৎ’ শব্দ ব্যৱহাৰ কৰা হয়।