यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥
१३-३४ ॥
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||
13-34 ||
যেনেকৈ এক সূৰ্যই এই সমগ্ৰ জগত প্ৰকাশিত কৰে, তেনেকৈ ক্ষেত্ৰীয়ে (ক্ষেত্ৰজ্ঞই) সমগ্ৰ ক্ষেত্ৰ প্ৰকাশিত কৰে, হে ভাৰত।