प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥
१३-१ ॥
prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca |
etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||
13-1 ||
প্ৰকৃতি আৰু পুৰুষ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞেয় — হে কেশৱ, এই (সকলো) মই বুজিবলৈ ইচ্ছা কৰোঁ।