Bhagavad Gītā (Kashmirian recension)· 12.10 / 20

Bhagavad Gītā (Kashmirian recension)12.10

12.10
अभ्यासेऽप्यसमर्थोः सन्मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१० ॥
abhyāse'pyasamarthoḥ sanmatkarmaparamo bhava | madarthamapi karmāṇi kurvansiddhimavāpsyasi || 12-10 ||
— অভ্যাসতো অসমৰ্থ হ’লে ; — মোৰ অৰ্থে কৰ্ম কৰাত পৰায়ণ হোৱা ; — মোৰ অৰ্থে কৰ্ম কৰিও ; — তুমি সিদ্ধি প্ৰাপ্ত কৰিবা

অভ্যাসতো অসমৰ্থ হ’লে, মোৰ অৰ্থে কৰ্ম কৰাত পৰায়ণ হোৱা; মোৰ অৰ্থে কৰ্ম কৰিও তুমি সিদ্ধি প্ৰাপ্ত কৰিবা।