नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥
११-८ ॥
natu māṃ śakyase draṣṭumanenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram ||
11-8 ||
কিন্তু এই নিজৰ চকুৰে তুমি মোক দেখিব নোৱাৰিবা; মই তোমাক দিব্য চকু দিওঁ — মোৰ ঐশ্বৰিক যোগ চোৱা।