नैमित्तिकं तु तच्छासनस्थानाम् अपि अनियतम् तद्यथा गुरुतद्वर्गागमनं तत्पर्वदिनं ज्ञानलाभदिनम् इत्यादिकम् इति केचित्
Transliteration (IAST)
naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit
কিন্তু নৈমিত্তিক সেই শাসনত স্থিতসকলৰো বাবে অনিয়ত; যেনে গুৰু বা তেওঁৰ বৰ্গৰ আগমন, তেওঁৰ পৰ্ব-দিন, জ্ঞান-লাভ দিন ইত্যাদি — কোনোবাই (কয়)।