इतश्च सर्वशिवतावयवेभ्यो न कुत्रचित् ॥६०॥
itaśca sarvaśivatāvayavebhyo na kutracit
আৰু এই বিচাৰৰ পৰাও সকলোৰে শিৱতা (সিদ্ধ হয়): অৱয়ৱসমূহৰ পৰা (পৃথক প্ৰকৃত অৱয়ৱী) ক’তো নাই।